প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
09 JUL 2024 2:39PM by PIB Guwahati
আজি মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সমাধিস্থলত পুষ্পমাল্যও অৰ্পণ কৰে।
‘অজ্ঞাত সৈনিকৰ সমাধি’ হৈছে মস্কোৰ ক্ৰেমলিন ৱালত অৱস্থিত এটি যুদ্ধ স্মাৰক। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱা ছোভিয়েট সৈন্যসকলৰ স্মৃতিত এই স্থান উৎসৰ্গিত।
***
DS/ST/AK/SB
(रिलीज़ आईडी: 2031704)
आगंतुक पटल : 83
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam