পোষ্ট কৰা হৈছে:
04 JUL 2024 2:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত আইচিচি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোক অভ্যৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"আমাৰ চেম্পিয়নসকলৰ সৈতে এক উৎকৃষ্ট সাক্ষাৎকাৰ!
৭, লোককল্যাণ মাৰ্গত বিশ্বকাপ বিজয়ী দলটোক অভ্যৰ্থনা জনাওঁ আৰু প্ৰতিযোগিতাখনত তেওঁলোকৰ অভিজ্ঞতা সন্দৰ্ভত স্মৰণীয় বাৰ্তালাপ কৰো।"
*****
DS/TS/MK/AT