প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২০২৪ বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপ বিজয়ী দলক অভ্যৰ্থনা জনায়

Posted On: 04 JUL 2024 2:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত আইচিচি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোক অভ্যৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"আমাৰ চেম্পিয়নসকলৰ সৈতে এক উৎকৃষ্ট সাক্ষাৎকাৰ!

৭, লোককল্যাণ মাৰ্গত বিশ্বকাপ বিজয়ী দলটোক অভ্যৰ্থনা জনাওঁ আৰু প্ৰতিযোগিতাখনত তেওঁলোকৰ অভিজ্ঞতা সন্দৰ্ভত স্মৰণীয় বাৰ্তালাপ কৰো।"

*****

DS/TS/MK/AT
 



(Release ID: 2030687) Visitor Counter : 15