পোষ্ট কৰা হৈছে:
21 JUN 2024 2:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ যোগ দিৱসৰ কাৰ্যসূচীৰ আভাস শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়;
“শ্ৰীনগৰৰ ডাল হ্ৰদে এইবাৰৰ যোগ দিৱসৰ কাৰ্যসূচীৰ বাবে এক অপূৰ্ব পৰিৱেশৰ সুচনা কৰে, যিয়ে প্ৰকৃতিৰ সৈতে নিখুঁত সমন্বয় প্ৰতিফলিত কৰিছিল। বৰষুণে তাত গোট খোৱা অগণন মানুহৰ উৎসাহপূৰ্ণ মনোভাক ম্লান কৰা নাছিল। ইয়াত কিছু আভাস দিয়া হৈছে।”
“শ্ৰীনগৰত যোগ দিৱসৰ কাৰ্যসূচীৰ কিছু আভাস।”
***
DS/TS/DB