প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰৰ প্ৰতিভাৱান যুৱক-যুৱতীয়ে ষ্টাৰ্টআপত অগ্ৰণী কাম কৰি আছে

Posted On: 21 JUN 2024 2:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ সেই প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সৈতে কালিৰ নিজৰ কথোপকথনৰ অংশবিশেষ শ্বেয়াৰ কৰিছে, যিসকলে ষ্টাৰ্টআপত অগ্ৰণী কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"কালি শ্ৰীনগৰত, মই জম্মু আৰু কাশ্মীৰৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলক লগ পোৱাৰ সুযোগ পাইছিলোঁ যিসকলে ষ্টাৰ্টআপত অগ্ৰণী কাম কৰি আছে। ইয়াত কথা-বতৰাৰ মুখ্য অংশ দিয়া হৈছে।"

**********

 

DS/TS



(Release ID: 2028022) Visitor Counter : 29