প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিকাশে গোৱা ভক্তিমূলক ভজন ‘অযোধ্যা মে জয়কাৰা গুঞ্জয়’ সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
08 JAN 2024 10:06AM by PIB Guwahati
বিকাশে গোৱা তথা ৰচনা কৰা আৰু মহেশ কুক্ৰেজা প্ৰযোজিত ভক্তিমূলক ভজন "অযোধ্যা মে’ জয়কাৰা গুঞ্জয়" সহভাগ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"অযোধ্যাৰ লগতে আজি সমগ্ৰ দেশৰ সকলো ঠাইতে ভগৱান শ্ৰী ৰামক আদৰণি জনোৱাৰ বাবে মংগল গান গোৱা হৈছে। এই পৱিত্ৰ উপলক্ষত আপোনালোকেও ৰাম লালাৰ প্ৰতি ভক্তিৰে পৰিপূৰ্ণ বিকাশ জী আৰু মহেশ কুক্ৰেজাজীৰ ৰাম ভজন নিশ্চয় শুনিব। #ShriRamBhajan"
********
DS/ST/KB
(रिलीज़ आईडी: 1994073)
आगंतुक पटल : 99
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam