প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইণ্ডিয়া টুডেৰ সৈতে এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে বিস্তৃত বিষয় সন্দৰ্ভত বাৰ্তালাপ কৰে
পোষ্ট কৰা হৈছে:
03 JAN 2024 3:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া টুডে মেগাজিনক দিয়া সাক্ষাৎকাৰৰ লিংক শ্বেয়াৰ কৰিছে।
ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাৰ পথৰ কথা কওঁতে তেওঁ ‘মোদী গেৰাণ্টী’ৰ অৰ্থ কি সেই কথা বুজাই দিয়ে। অন্যান্য বিষয়ৰ উপৰিও তেওঁলোকে বিশ্বব্যাপী বিষয়ৰ ওপৰতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স-পোষ্টত কয়:
"ইয়াত ইণ্ডিয়া টুডেৰ সৈতে মোৰ সাক্ষাৎকাৰ আছে, য'ত মই আমাৰ শাসন ব্যৱস্থাৰ এজেণ্ডা, ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাৰ পথ, 'মোদী গেৰাণ্টী'ৰ অৰ্থ কি আৰু বিশ্বব্যাপী বিষয়সমূহৰ লগতে অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰিছোঁ।"
**********
DS/RT
(ৰিলিজ আই ডি : 1992979)
অতিথি কক্ষ : 118
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam