প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেপ্তেইন বিজয়কান্তলৈ আন্তৰিক শ্ৰদ্ধাৰে প্ৰধানমন্ত্ৰীৰ লেখা

পোষ্ট কৰা হৈছে: 03 JAN 2024 11:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্তেইন বিজয়কান্তৰ দেহাৱসানত তেওঁলৈ আন্তৰিক শ্ৰদ্ধা নিবেদনেৰে এটি লেখা লিখিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“বিজয়কান্ত জীৰ প্ৰয়াণত বহুজনে নিজৰ আটাইতকৈ সন্মানীয় তাৰকাগৰাকীক হেৰুৱাইছে আৰু আন বহুতে নিজৰ প্ৰিয় নেতাজনক হেৰুৱাইছে। ময়ো মোৰ এজন প্ৰিয় বন্ধুক হেৰুৱালোঁ। কেপ্তেইন আৰু তেওঁ কিয় বিশেষ, সেই সম্পৰ্কে মোৰ ভাৱনা ব্যক্ত কৰিছোঁ।”

https://www.narendramodi.in/a-tribute-to-captain

***

DS/TS/SB


(ৰিলিজ আই ডি : 1992655) অতিথি কক্ষ : 114