প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমাৰ প্ৰচেষ্টা আৰু উদ্ভাৱনৰ সৈতে মিলি আমি ‘অনিবাৰ্য ভাৰত’ক বাস্তৱত পৰিণত কৰিম : প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 05 DEC 2023 4:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা আৰু উদ্ভাৱনৰ জৰিয়তে ‘অনিবাৰ্য ভাৰত’ক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত আস্থা প্ৰকাশ কৰিছে।

নাছকমৰ অধ্যক্ষা দেৱযানী ঘোষৰ এটা লেখা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে :

"দেৱযানী ঘোষৰ এই লেখাটোৱে আজি সমগ্ৰ বিশ্বতে ভাৰতক কেনেদৰে চোৱা হয়, সেই বিষয়ে সংক্ষিপ্তভাৱে দেখুৱাইছে।"

আমাৰ প্ৰচেষ্টা আৰু উদ্ভাৱনৰ সৈতে মিলি আমি #অনিবাৰ্যভাৰতক বাস্তৱত পৰিণত কৰিম!"

***

 

DS/AK/HS/AT


(रिलीज़ आईडी: 1982709) आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam