প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতলৈ মিক জেগ্গাৰক আদৰণি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
18 NOV 2023 1:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংগীতৰ ক্ষেত্ৰৰ কিংবদন্তী মিক জেগ্গাৰৰ এটা পোষ্টৰ সঁহাৰি জনায়৷
শ্ৰীযুত জেগ্গাৰে তেওঁৰ পোষ্টত ভাৰতত থাকি আনন্দিত হোৱা বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কেতবোৰ বিখ্যাত গীত সম্পৰ্কে উল্লেখ কৰি টুইটাৰৰ পোষ্টৰ প্ৰত্যুত্তৰ দিয়েঃ
“তুমি সদায় সেইবোৰ নোপোৱা, যিবোৰ তুমি বিচৰা, কিন্তু কিন্তু ভাৰত সাধকেৰে ভৰা এখন ভূমি, যিয়ে সকলোকে সান্ত্বনা আৰু ‘সন্তুষ্টি’ প্ৰদান কৰে।
ইয়াৰ মানুহ আৰু সংস্কৃতিৰ মাজত আপুনি আনন্দ পোৱা বুলি জানি আনন্দিত হৈছো৷
আহি থাকিব…৷”
***
DS/AK/DB
(रिलीज़ आईडी: 1978116)
आगंतुक पटल : 87
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam