প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পঞ্চদশ এছিয়ান শ্বুটিং প্ৰতিযোগিতাত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 02 NOV 2023 9:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চদশ এছিয়ান শ্বুটিং প্ৰতিযোগিতাত ৫৫টা পদক লাভ কৰাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ এক পোষ্টত কয়,

“এক অসাধাৰণ সাফল্য!

পঞ্চদশ @Asian Shooting Championshipৰ উৎকৃষ্ট ফলাফলৰ বাবে আমাৰ প্ৰতিযোগীসকলক অভিনন্দন।

২১টা স্বৰ্ণ পদকসহ ৫৫টা পদক দখল কৰাৰ লগতে ৬জনে @Paris2024 ত খেলাৰো যোগ্যতা অৰ্জন৷

তেওঁলোকৰ দক্ষতা, দৃঢ়তা আৰু অধ্যৱসায় মনোভাৱে দেশখনক সঁচা অৰ্থত গৌৰৱান্বিত কৰি তুলিছে।”

******

DS/SKS/DB



(Release ID: 1977337) Visitor Counter : 57