প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আঞ্চলিক দ্ৰুত ৰে’ল নমো ভাৰতত যাত্ৰা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
20 OCT 2023 12:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ শুভাৰম্ভ কৰা আঞ্চলিক দ্ৰুত ৰে’ল নমো ভাৰতত যাত্ৰা কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কয়ঃ
“প্ৰধানমন্ত্ৰী @narendramodiয়ে সহযাত্ৰীৰ সৈতে আঞ্চলিক দ্ৰুত ৰে’ল নমো ভাৰতত যাত্ৰা কৰে, যিসকলে প্ৰধানমন্ত্ৰীক ৰে’লসেৱাৰ ইতিবাচক প্ৰভাৱকে ধৰি তেওঁলোকৰ অভিজ্ঞতা সম্পৰ্কে শ্বেয়াৰ কৰে৷”
***
DS/DB
(रिलीज़ आईडी: 1969345)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam