প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ ৰ ২৫ মিটাৰ পিষ্টলত ভাৰতীয় মহিলা দলৰ দ্বাৰা সোণৰ পদক অৰ্জনত অভিনন্দন জনাইছে
পোষ্ট কৰা হৈছে:
27 SEP 2023 4:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ ত ২৫ মিটাৰ পিষ্টলত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে মনু ভাকাৰ, ৰিদম চাংৱান আৰু ঈষা সিঙৰ মহিলা দলক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে এইদৰে:
"ভাৰতৰ বাবে এক অনুকৰণীয় সোণৰ পদক।
মনু ভাকাৰ, ৰিদম চাংৱান আৰু ঈষা সিঙক লৈ গঠিত ২৫ মিটাৰ পিষ্টল মহিলা দলক তেওঁলোকৰ চমৎকাৰ বিজয়ৰ বাবে অভিনন্দন!
তেওঁলোকৰ উল্লেখযোগ্য দলবদ্ধ কামে ভাল ফলাফল লাভ কৰিছে। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা ”।
***
(ৰিলিজ আই ডি : 1961528)
অতিথি কক্ষ : 100
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam