প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে যুৱ-সমাজক জি-২০ ইউনিভাৰ্ছিটি কানেক্ট ফাইনেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে
এই পদক্ষেপ সন্দৰ্ভত লিংকডইন প’ষ্ট শ্বেয়াৰ
Posted On:
24 SEP 2023 8:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য জি-২০ ইউনিভাৰ্ছিটি কানেক্ট ফাইনেলত অংশগ্ৰহণ কৰিবলৈ যুৱ-সমাজক আহ্বান জনাইছে।
তেখেতে লগতে “জি-২০ ইউনিভাৰ্ছিটি কানেক্ট – এনকাৰেজিং আৱাৰ যুৱ শক্তি” শীৰ্ষক এটি লিংকডইন প’ষ্ট শ্বেয়াৰ কৰিছে।
শ্ৰী মোদীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"মোৰ যুৱ বন্ধুসকল,
মই এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য জি-২০ ইউনিভাৰ্ছিটি কানেক্ট ফাইনেলত আপোনালোকৰ অংশগ্ৰহণ আশা কৰিলোঁ। যোৱা বৰ্ষকেইটাত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অগ্ৰাধিকাৰাজি আলোকপাতৰ ক্ষেত্ৰত জি-২০ ইউনিভাৰ্ছিটি কানেক্ট এক উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে।
মই ভিন্ন বিষয়ত ভাৱনাৰ আদান-প্ৰদান আশা কৰিলোঁ।
https://www.linkedin.com/pulse/g20-university-connect-encouraging-our-yuva-shakti-narendra-modi/?published=t. "
My young friends,
I look forward to your taking part in the G20 University Connect Finale on the 26th of this month. Over the year gone by, the G20 University Connect has emerged as a great forum to highlight the priority areas of India’s G-20 Presidency.
I look forward to a…
— Narendra Modi (@narendramodi) September 24, 2023
***
DS/SB
(Release ID: 1960207)
(Release ID: 1960297)
Visitor Counter : 102
Read this release in:
Manipuri
,
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada