প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে যুৱ-সমাজক জি-২০ ইউনিভাৰ্ছিটি কানেক্ট ফাইনেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে

এই পদক্ষেপ সন্দৰ্ভত লিংকডইন প’ষ্ট শ্বেয়াৰ

Posted On: 24 SEP 2023 8:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য জি-২০ ইউনিভাৰ্ছিটি কানেক্ট ফাইনেলত অংশগ্ৰহণ কৰিবলৈ যুৱ-সমাজক আহ্বান জনাইছে।

তেখেতে লগতে “জি-২০ ইউনিভাৰ্ছিটি কানেক্ট – এনকাৰেজিং আৱাৰ যুৱ শক্তি” শীৰ্ষক এটি লিংকডইন প’ষ্ট শ্বেয়াৰ কৰিছে।

শ্ৰী মোদীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"মোৰ যুৱ বন্ধুসকল,

মই এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য জি-২০ ইউনিভাৰ্ছিটি কানেক্ট ফাইনেলত আপোনালোকৰ অংশগ্ৰহণ আশা কৰিলোঁ। যোৱা বৰ্ষকেইটাত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অগ্ৰাধিকাৰাজি আলোকপাতৰ ক্ষেত্ৰত জি-২০ ইউনিভাৰ্ছিটি কানেক্ট এক উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে।

মই ভিন্ন বিষয়ত ভাৱনাৰ আদান-প্ৰদান আশা কৰিলোঁ।

https://www.linkedin.com/pulse/g20-university-connect-encouraging-our-yuva-shakti-narendra-modi/?published=t. "

 

 

My young friends,

I look forward to your taking part in the G20 University Connect Finale on the 26th of this month. Over the year gone by, the G20 University Connect has emerged as a great forum to highlight the priority areas of India’s G-20 Presidency.

I look forward to a…

— Narendra Modi (@narendramodi) September 24, 2023

 

***

DS/SB



(Release ID: 1960207)



(Release ID: 1960297) Visitor Counter : 65