প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব সিংহ দিৱস উপলক্ষে সিংহৰ বাসস্থান সুৰক্ষিত কৰাৰ দিশত কাম কৰা সকলোকে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 AUG 2023 10:00AM by PIB Guwahati
বিশ্ব সিংহ দিৱস উপলক্ষে সিংহৰ বাসস্থান সুৰক্ষিত কৰাৰ দিশত নিষ্ঠাসহকাৰে কাম কৰি থকা লোকসকলক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ
"বিশ্ব সিংহ দিৱস হৈছে সেইবোৰ ৰাজকীয় সিংহৰ বাবে এটা দিন উদযাপন কৰাৰ এক উপলক্ষ যিয়ে তেওঁলোকৰ শক্তি আৰু সৌন্দৰ্যৰে আমাৰ হৃদয়ত স্থান লাভ কৰিছে। এছিয়াটিক সিংহৰ বাসস্থান হোৱাৰ বাবে ভাৰত গৌৰৱান্বিত আৰু বিগত কেইবছৰমানত ভাৰতত সিংহৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সিংহৰ বাসস্থান সুৰক্ষিত কৰাৰ দিশত কাম কৰা সকলোকে মই প্ৰশংসা কৰিছোঁ। আহক, আমি তেওঁলোকক লালন-পালন আৰু সুৰক্ষা প্ৰদান কৰোঁ, যাতে তেওঁলোক আগন্তুক প্ৰজন্মৰ বাবে হেৰাই নাযায়।"
***********
(रिलीज़ आईडी: 1947710)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam