প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে চি আৰ পি এফ জোৱানসকলক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 27 JUL 2023 6:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চি আৰ পি এফৰ সকলো বীৰ জোৱানক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰি কয় যে আমাৰ জাতিৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“চি আৰ পি এফৰ সকলো সাহসী জোৱানক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনাইছো! আমাৰ দেশে চি আৰ পি এফৰ সাহস, নিষ্ঠা আৰু নিঃস্বাৰ্থ সেৱাক অতিশয় শলাগ লৈছে। আমাৰ দেশৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়।”

***


(रिलीज़ आईडी: 1945088) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam