প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে আষাঢ়ী একাদশী উপলক্ষে দেশবাসীক শুভকামনা জনায়

प्रविष्टि तिथि: 29 JUN 2023 9:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী একাদশী উপলক্ষে দেশবাসীক শুভকামনা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"সকলোকে আষাঢ়ী একাদশীৰ শুভকামনা। এই পৱিত্ৰ দিনটোৱে আমাক ৱাৰকৰী পৰম্পৰা অনুসৰি ভক্তি, বিনম্ৰতা আৰু কৰুণাৰ গুণসমূহ আঁকোৱালি ল'বলৈ অনুপ্ৰাণিত কৰক। ভগৱান ৱিত্থলৰ আশীৰ্বাদত, আমি সদায় এক সুখী, শান্তিপূৰ্ণ আৰু সমাৱেশী সমাজ নিৰ্মাণৰ বাবে লগলাগি কাম কৰোঁ।"

**********


(रिलीज़ आईडी: 1936804) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam