প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২০সংখ্যক এছিয়ান ২০ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপত দাঙি ধৰা প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক প্ৰশংসা কৰে

Posted On: 09 JUN 2023 8:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ২০সংখ্যক এছিয়ান ২০ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপত খেলুৱৈসকলক এক সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়ঃ "আমাৰ খেলুৱৈসকলৰ বাবে মই গৌৰৱান্বিত! ২০ সংখ্যক এছিয়ান ২০ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁলোকে ব্যতিক্ৰমীভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল। তেওঁলোকে ৬টা স্বৰ্ণকে ধৰি ১৯টা পদক লাভ কৰি ভাৰতক ৪৫খন দেশৰ ভিতৰত ৩য় স্থানলৈ উন্নীত কৰিছে। আমি আমাৰ খেলুৱৈসকলৰ জয়লাভ উদযাপন কৰিছো আৰু ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছো।"

***



(Release ID: 1935682) Visitor Counter : 56