প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হাছান আল্লাম হ’ল্ডিং কোম্পানীৰ চিইঅ’ হাছান আল্লামৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
25 JUN 2023 5:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২৪ জুনত কায়ৰোত মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলত কাম কৰা ইজিপ্তৰ অন্যতম বৃহৎ কোম্পানী হাছান আল্লাম হ’ল্ডিং কোম্পানীৰ মুখ্য কাৰ্য্যবাহী বিষয়া হাছান আল্লামৰে মিলিত হয়।
তেওঁলোকে নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, আন্তঃগাঁথনি আৰু নিৰ্মাণ খণ্ডত ভাৰতীয় কোম্পানীসমূহৰ সৈতে ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে।
***
(रिलीज़ आईडी: 1935668)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam