প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এলফাবেট আইএনচি. আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
24 JUN 2023 7:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০২৩ত ৱাশ্বিংটন ডিচিত এলফাবেট আইএনচি. আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে বৈঠকত মিলিত হ’ব।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী পিচাইক কৃত্ৰিম বুদ্ধিমত্তা (এআই), ফিনটেক; চাইবাৰ সুৰক্ষাৰ সামগ্ৰী আৰু সেৱাসমূহৰ লগতে ভাৰতত মোবাইল ডিভাইচ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ অধিক পথ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।
প্ৰধানমন্ত্ৰী আৰু শ্ৰী পিচাইয়ে গৱেষণা আৰু উন্নয়ন আৰু দক্ষতা বিকাশৰ প্ৰসাৰৰ বাবে গুগল আৰু ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা সম্পৰ্কেও আলোচনা কৰে।
*******
(रिलीज़ आईडी: 1935286)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam