প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব্ৰিজৱাটাৰ এছ’চিয়েটছৰ সহ-প্ৰতিষ্ঠাপক শ্ৰীযুত ৰে ডালিঅ’ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
21 JUN 2023 8:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত মাৰ্কিন বিনিয়োগকাৰী, লেখক আৰু ব্ৰিজ ৱাটাৰ এছ'চিয়েটছৰ হেজ ফাণ্ডৰ সহ-প্ৰতিষ্ঠাপক শ্ৰী ৰে ডালিঅ'ক সাক্ষাৎ কৰে।
শ্ৰীযুত ডালিঅ'ৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংস্কাৰৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে আইনী বাধ্যবাধকতাৰ বোজা হ্ৰাস কৰা আৰু বৃহৎ সংখ্যক আইনী ব্যৱস্থাক অপৰাধমূলক তালিকাৰ পৰা কৰ্তন কৰা। প্ৰধানমন্ত্ৰীয়ে ভাৰতত অধিক বিনিয়োগৰ বাবে শ্ৰীযুত ডালিঅ'ক আমন্ত্ৰণ জনায়।
****************
(रिलीज़ आईडी: 1935284)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam