প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন যোগ আসন চিত্ৰায়ন কৰা ভিডিঅ’ শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 16 JUN 2023 12:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন যোগ আসনৰ ভিডিঅ' শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"যোগ শৰীৰ আৰু মন উভয়ৰে বাবে অতি সুফলদায়ক। ই শক্তি, সহনশীলতা আৰু প্ৰশান্তি বৃদ্ধি কৰে। আহক আমি যোগক আমাৰ জীৱনৰ এটি অংশ কৰি তোলো আৰু সুস্থতাৰ লগতে শান্তিৰ অনুভূতিক আগুৱাই লৈ যাও। বিভিন্ন আসনসমূহ চিত্ৰায়ণ কৰা কিছু ভিডিঅ' সকলোৰে সৈতে শ্বেয়াৰ কৰিছোঁ।"

****************


(रिलीज़ आईडी: 1934804) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam