প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
20 JUN 2023 8:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে ভাৰতীয় সংস্কৃতিত ৰথ যাত্ৰাৰ গুৰুত্ব সম্পৰ্কে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ। এই পৱিত্ৰ উৎসৱটো উদযাপন কৰা আমাৰ জীৱন ভগৱান জগন্নাথৰ ঐশ্বৰিক যাত্ৰাই সু-স্বাস্থ্য, সুখ আৰু আধ্যাত্মিক সমৃদ্ধিৰে পূৰ্ণ কৰি তোলক।"
***************
(रिलीज़ आईडी: 1934798)
आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam