প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গোৱাৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
30 MAY 2023 11:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
“গোৱাৰ প্ৰতিষ্ঠা দিৱস বা ৰাজ্যিক দিৱসৰ শুভেচ্ছা! নিশ্চিন্ততা আৰু স্পন্দনশীলতাৰ এক সুন্দৰ মিশ্ৰণ গোৱাই নিজৰ অনন্য সংস্কৃতি আৰু চিৰস্থায়ী মনোভাৱেৰে গতিমান কৰি ৰাখিছে। মই গোৱাৰ সমূহ নাগৰিকৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু আশা কৰিছো যে তেওঁলোকে ভাৰতৰ উন্নয়নৰ গতিপথ শক্তিশালী কৰি যাব।”
***
(रिलीज़ आईडी: 1932797)
आगंतुक पटल : 263
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam