প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ উত্তৰ-পূৰ্বাঞ্চলে ইয়াৰ অনন্য সংস্কৃতি আৰু অতুলনীয় লোকসকলৰ সৈতে, প্ৰগতিৰ এক অভূতপূৰ্ব গতি প্ৰত্যক্ষ কৰিছে: প্ৰধানমন্ত্ৰী
Posted On:
13 JUN 2023 10:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগ ব্যৱস্থাৰ বৃদ্ধিৰ বাবে আন্তঃগাঁথনিগত উন্নয়নকে ধৰি বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে প্ৰবন্ধ, গ্ৰাফিক্স, ভিডিঅ' আৰু তথ্য ভাগ-বতৰা কৰিছে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"আমাৰ উত্তৰ-পূৰ্বাঞ্চলে ইয়াৰ অনন্য সংস্কৃতি আৰু অতুলনীয় লোকসকলৰ সৈতে প্ৰগতিৰ এক অভূতপূৰ্ব গতি প্ৰত্যক্ষ কৰিছে। আন্তঃগাঁথনিগত উন্নয়নৰ পৰা বৰ্ধিত সংযোগলৈকে আমি এই অঞ্চলৰ অপৰিসীম সম্ভাৱনা বহন কৰিব বিচাৰিছো। #9YearsOfNorthEastProsperity"
*****
(Release ID: 1932170)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam