প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘এন ডি এ’ চৰকাৰৰ প্ৰতিটো পদক্ষেপে আমাৰ নাৰী শক্তিৰ সীমাহীন সম্ভাৱনাৰ ক্ষেত্ৰত থকা আমাৰ বিশ্বাসকে প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 06 JUN 2023 12:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৯টা বছৰত মহিলা সবলীকৰণৰ বাবে লোৱা ব্যৱস্থা সন্দৰ্ভত প্ৰবন্ধ, গ্ৰাফিক্স, ভিডিঅ' আৰু তথ্যাৱলী সদৰী কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"এন ডি এ চৰকাৰৰ প্ৰতিটো পদক্ষেপে আমাৰ নাৰী শক্তিৰ সীমাহীন সম্ভাৱনাৰ ক্ষেত্ৰত থা আমাৰ বিশ্বাসকে প্ৰতিফলিত কৰে। তেওঁলোকৰ সপোনবোৰে এক শক্তিশালী, সামগ্ৰিক আৰু উজ্জ্বল ভাৰত গঢ়ি তুলিছে। #9YearsOfWomenLedDevelopment আকৰ্ষণীয় সমলৰ বাবে ‘নমো এপ’ চাওক।"

***


(रिलीज़ आईडी: 1930787) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam