প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিখ্যাত সংস্কৃত পণ্ডিত বেদ কুমাৰী ঘাইৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
31 MAY 2023 2:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সংস্কৃত পণ্ডিত বেদ কুমাৰী ঘাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে;
"সংস্কৃত সাহিত্যৰ অধ্যৱসায়ী বেদ কুমাৰী ঘাই জীৰ মৃত্যুত ব্যথিত হৈছো। তেওঁৰ অপৰিসীম অৱদানে আমাৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰিছে। তেখেতৰ ৰচনাসমূহে পণ্ডিতসকলক অনুপ্ৰাণিত কৰি যাব। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ মোৰ সমবেদনা থাকিল। ওম শান্তিঃ প্ৰধানমন্ত্ৰী"।
***
(ৰিলিজ আই ডি : 1930172)
অতিথি কক্ষ : 157
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam