প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন সংসদ ভৱনৰ সন্দৰ্ভত একাংশ নাগৰিকে দিয়া ভইচঅভাৰৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 MAY 2023 1:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে নতুন সংসদ ভৱনৰ সন্দৰ্ভত একাংশ নাগৰিকে দিয়া ভইচঅভাৰৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে৷

তেওঁ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা আৰু অন্যান্য চেলিব্ৰিটীৰ ভাইচঅভাৰ ভিডিঅ’ও শ্বেয়াৰ কৰে৷

তেওঁৰ টুইটাৰ হেণ্ডেলত ভিডিঅ’ পুনৰ টুইট কৰি প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“বহু লোকে #MyParliamentMyPrideত তেওঁলোকৰ আনন্দ প্ৰকাশ কৰিছে৷ যদিও অতি আৱেগিক ভইচঅভাৰ তথাপি তেওঁলোকে গৌৰৱৰ এক মনোভাৱ প্ৰকাশ কৰিছে যে আমাৰ দেশে নতুন সংসদ ভৱন লাভ কৰিছে, যিটোৱে অধিক শক্তিশালী ৰূপত জনতাৰ আশা-আকাংক্ষা পুৰণ কৰাত কাম কৰিব৷”

“এই গণতন্ত্ৰৰ মন্দিৰে ভাৰতৰ উন্নয়নৰ গতিপথ শক্তিশালী কৰিব আৰু কোটি কোটি লোকক সবলীকৰণ কৰি থাকিব৷ #MyParliamentMyPride”

*****


(रिलीज़ आईडी: 1927880) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam