প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিদেশ ভ্ৰমণৰ সময়ছোৱাত মহাত্মা গান্ধীৰ প্ৰতি জ্ঞাপন কৰা শ্ৰদ্ধাঞ্জলিৰ এক টুইট থ্ৰেড শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
20 MAY 2023 7:55PM by PIB Guwahati
বিগত বছৰবোৰত বিদেশ ভ্ৰমণৰ সময়ছোৱাত মহাত্মা গান্ধীৰ প্ৰতি জ্ঞাপন কৰা শ্ৰদ্ধাঞ্জলি সন্দৰ্ভত শ্ৰী ৰাধা মোহন সিঙৰ এক টুইট থ্ৰেড শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।
টুইট থ্ৰেডৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে এইদৰে দিয়ে,
"সুন্দৰ থ্ৰেড, যিয়ে বহু স্মৃতি সজীৱ কৰি দিলে।
গান্ধীজীৰ দেশ হোৱাৰ বাবে ভাৰত গৌৰৱান্বিত আৰু মানৱতাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সাকাৰ কৰিবলৈ আমি সদায় কাম কৰিম।"
*****
(ৰিলিজ আই ডি : 1926388)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam