প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহিলাসকলৰ স্ব-নিযুক্তিৰ দিশত কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
16 MAY 2023 9:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ স্ব-নিযুক্তিৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
এক টুইটযোগে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছে জানিবলৈ দিয়ে যে মুম্বাইৰ ২৭০০০ মহিলাক ক্ষমতা প্ৰদান কৰা হৈছে কিয়নো তেওঁলোকক মুম্বাইৰ চুনাভাট্টিৰ সৌম্য ময়দানত বিএমচিৰ আঁচনিৰ অধীনত স্ব-নিযুক্তিৰ বাবে চিলাই মেচিন, চকী, মচলা নিৰ্মাণ যন্ত্ৰ আদিৰ দৰে বিভিন্ন সঁজুলি আৰু যন্ত্ৰ বিতৰণ কৰা হৈছে।
উপ মুখ্যমন্ত্ৰীয়ে কৰা টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"মহিলা সশক্তিকৰণক আগুৱাই নিয়াৰ বাবে প্ৰশংসনীয় প্ৰচেষ্টা কৰা হৈছে।"
*****
(रिलीज़ आईडी: 1924396)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam