প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিএছএফৰ আন্তঃগাঁথনি উন্নয়নত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 09 MAY 2023 10:02PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে টুইটযোগে কয় যে চাৰিটা যৌথ আউটপোষ্ট উদ্বোধন কৰি বিএছএফক আৰু অধিক শক্তিশালী কৰা হৈছে। মুঠ ১০৮.৩ কোটি টকাৰ অন্যান্য প্ৰকল্পৰ লগতে দুটা আৱাসিক চৌহদ আৰু এটা বিষয়াৰ আৱাসো উদ্বোধন কৰা হয়।

এই টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়ঃ

“এই ব্যৱস্থাই আমাৰ সীমান্ত সুৰক্ষা বৃদ্ধি কৰাৰ লগতে সাহসী বিএছএফৰ জোৱানসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিব৷”

***


(रिलीज़ आईडी: 1923064) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam