প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰা চৰকাৰৰ কাগজবিহীন কাম-কাজৰ সিদ্ধান্তক প্ৰশংসা কৰে
Posted On:
08 MAY 2023 9:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰা চৰকাৰৰ কাগজবিহীন কাম-কাজৰ সিদ্ধান্তক প্ৰশংসা কৰে।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড০) মানিক সাহাৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"ত্ৰিপুৰাই প্ৰযুক্তিক আকৰ্ষিত কৰি তুলিবলৈ আৰু নাগৰিকসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ দৃঢ় প্ৰচেষ্টা কৰা দেখি ভাল লাগিছে।"
***
(Release ID: 1923037)
Visitor Counter : 162
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam