প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ডিআৰডিঅ' আৰু ‘ভাৰতীয় নৌসেনা বাহিনী’য়ে বাহিনীটোৰ নৌ-মঞ্চৰ পৰা ‘বিএমডি ইণ্টাৰচেপ্টৰ’ৰ সফলতাৰে পৰীক্ষণ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
24 APR 2023 11:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ মঞ্চৰ পৰা ‘বিএমডি ইণ্টাৰচেপ্টৰ’ৰ সফল পৰীক্ষণ কৰাৰ বাবে ‘ডিআৰডিঅ' আৰু ‘ভাৰতীয় নৌসেনা বাহিনী’ক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নৌসেনা বাহিনীৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই কয়;
"আমাৰ প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধিৰ বাবে গ্ৰহণ কৰি অহা নিৰন্তৰ দৃঢ়তা আৰু সংকল্পৰ বাবে আমাৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছো।"
***
(रिलीज़ आईडी: 1919463)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam