প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাশী বিশ্বনাথ আৰু বিহু উদযাপন সন্দৰ্ভত নাগৰিকসকলে কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 APR 2023 10:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ আৰু বিহু উদযাপনৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত নাগৰিকসকলে সকলে কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে। 

পিতৃক কাশী বিশ্বনাথলৈ লৈ যোৱাৰ সুযোগ পোৱা এজন নাগৰিকৰ এক মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"অতি সুন্দৰ!"

 

কেইদিনমান পূৰ্বে অসমত উদযাপিত বিহু সন্দৰ্ভত এজন নাগৰিকক উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"এৰা, এয়া এক বিহুৰ উদযাপন আছিল, যাক মই কেতিয়াও পাহৰিব নোৱাৰিম। ইয়াত বিহু কাৰ্যসূচীৰ উপৰিও অসম ভ্ৰমণৰ কেইখনমান ছবি দিয়া হৈছে।"

***



(Release ID: 1917127) Visitor Counter : 122