প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সৌৰাষ্ট্ৰ তামিল সংগমমে এক অতি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 15 APR 2023 10:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদুৰাইৰ পৰা এছটি সংগমমৰ বাবে প্ৰথমটো যাত্ৰীৰ দল কঢ়িয়াই নিয়া মাদুৰাইত শুভাৰম্ভ কৰা বিশেষ ৰে’লৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

“পুথাণ্ডুৰ বিশেষ ক্ষণত মাদুৰাইৰ পৰা বীৰাবললৈ এক বিশেষ যাত্ৰা আৰম্ভ হৈছে৷ এই #STSangamam হৈছে এক অতি আকাংক্ষিত অনুষ্ঠান আৰু ই এক অতি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে৷

আন এক টুইটত তেওঁ লগতে প্ৰাণৱন্ত আৰু ইতিবাচক পৰিৱেশৰ প্ৰশংসা কৰে৷

তেওঁ এটা টুইটত কয় এছটি সংগমমে সংগমমৰ যাত্ৰাৰ চৌদিশ উৎসৱমুখৰ পৰিৱেশক সূচাইছে৷

“অতি সুন্দৰ!#STSangamamৰ প্ৰতি উৎকষ্ঠা স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে৷”

***


(रिलीज़ आईडी: 1917009) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam