প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

তামিলনাডুৰ চালেম ৰেল জংচনত বন্দে ভাৰতৰ বিশাল আদৰণি অনুষ্ঠানত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 10 APR 2023 9:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ চালেম ৰে'ল জংচনৰ জনসাধাৰণে বন্দে ভাৰতক প্ৰদান কৰা উচ্ছ্বসিত আদৰণিৰ বাবে আনন্দ প্ৰকাশ কৰিছে।

বন্দে ভাৰতক আদৰণি জনাই মানুহে সম্পূৰ্ণ উৎসাহেৰে চালেম ৰে'ল ৱে জংচনত ৰে'লখনত ফুল ৰখাইছিল।

তামিলনাডুৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"চালেমলৈ উষ্ম আদৰণি!

যেতিয়া বন্দে ভাৰত বিভিন্ন স্থানত উপনীত হয়, তেতিয়া জনসাধাৰণৰ মাজত এনে উৎসাহ দেখা যায়, যি হৈছে ভাৰতৰ জনসাধাৰণৰ গৌৰৱৰ প্ৰতিফলন। "

****

DS/ST



(Release ID: 1915504) Visitor Counter : 101