প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছুখয় ৩০ এমকেআই যুঁজাৰু বিমানত ৰাষ্ট্ৰপতিৰ উৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 APR 2023 7:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক অসমৰ তেজপুৰ বায়ু সেনা কেন্দ্ৰৰ পৰা ছুখয় ৩০ এমকেআই যুঁজাৰু বিমানৰ ঐতিহাসিক উৰণৰ বাবে প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতিৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়:

"ই প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰিছে! ৰাষ্ট্ৰপতিয়ে বাৰে বাৰে ব্যতিক্ৰমী নেতৃত্ব প্ৰদৰ্শন কৰিছে। "

****

DS/ST


(रिलीज़ आईडी: 1915502) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam