প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুড ফ্ৰাইডেত যীচু খ্ৰীষ্টৰ ত্যাগৰ মনোভাৱক স্মৰণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 APR 2023 11:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুড ফ্ৰাইডেত যীচু খ্ৰীষ্টৰ ত্যাগৰ মনোভাৱক স্মৰণ কৰিছে।

 প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“আজি গুড ফ্ৰাইডেত আমি ঈশ্বৰ খ্ৰীষ্টৰ ত্যাগৰ মনোভাৱক স্মৰণ কৰো। তেওঁ যন্ত্ৰণা আৰু দুখ সহ্য কৰিছিল যদিও সেৱা আৰু কৰুণাৰ আদৰ্শৰপৰা কেতিয়াও বিচ্যুত হোৱা নাছিল। প্ৰভু খ্ৰীষ্টৰ চিন্তাই জনসাধাৰণক প্ৰেৰণা যোগাই থাকিব।”


***


DS/TS/SB


(ৰিলিজ আই ডি : 1914821) অতিথি কক্ষ : 120