প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু আৰু কাশ্মীৰ সুন্দৰ আৰু টিউলিপৰ বতৰত তো আৰু বেছি ধুনীয়া: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 03 APR 2023 9:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু আৰু কাশ্মীৰ সুন্দৰ আৰু টিউলিপৰ বতৰত তো আৰু বেছি ধুনীয়া।

শ্ৰীনগৰৰ ডাল লেকৰ ওচৰত, জবৰৱান ৰেঞ্জৰ পাদদেশত থকা টিউলিপ গাৰ্ডেনৰ ফুলাৰ সন্দৰ্ভত শ্ৰীনগৰ জিলা প্ৰশাসনৰ টুইট থ্ৰেডৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"জম্মু আৰু কাশ্মীৰ সুন্দৰ আৰু টিউলিপৰ বতৰত তো আৰু বেছি ধুনীয়া।"

**********

DS/ST


(रिलीज़ आईडी: 1913461) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam