প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষই ৬ নিযুত টিইইউ অতিক্ৰম কৰি সৰ্বাধিক মাল প্ৰৱাহৰ ক্ষমতা পঞ্জীয়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
01 APR 2023 9:15AM by PIB Guwahati
৩০ মাৰ্চত দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষই ৬ নিযুত টিইইউ অতিক্ৰম কৰি সৰ্বাধিক মাল প্ৰৱাহৰ ক্ষমতা পঞ্জীয়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে।
জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বন্দৰৰ এক উল্লেখনীয় কৃতিত্ব।"
*************************
DS/ST/KG
(रिलीज़ आईडी: 1913066)
आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam