প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে’লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 MAR 2023 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে'লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা কৰে।

ৰে'লমন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে - "ৰে'ল খণ্ডৰ বিকাশ অব্যাহত আছে! ছট্টিশগড়ৰ বাবে ভাল খবৰ। "

*****

DS/SH


(रिलीज़ आईडी: 1912238) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam