প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে চেন্নাই বন্দৰৰ ফ্ল’ট-অন-ফ্ল’ট-অফ অপাৰেশ্যনৰ প্ৰশংসা কৰে

Posted On: 28 MAR 2023 7:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাই বন্দৰৰ ফ্ল'ট-অন-ফ্ল'ট-অফ অপাৰেশ্যনৰ প্ৰশংসা কৰিছে। এয়া এটা অভিলেখো আৰু ইয়াক এক প্ৰাপ্তি হিচাপে লক্ষ্য কৰি থকা হৈছে যে কেনেকৈ এখন জাহাজক ডাঙৰ জাহাজৰ মাধ্যমত অন্য দেশলৈ নিয়া হ'ল।

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কয়:

"আমাৰ বন্দৰ আৰু জাহাজ পৰিবহন ক্ষেত্ৰৰ বাবে ভাল খবৰ।"

 

Great news for our ports and shipping sector. https://t.co/2VNJsMXwRL

— Narendra Modi (@narendramodi) March 28, 2023

 

**********

DS/AK



(Release ID: 1912067) Visitor Counter : 76