প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ প্ৰশংসা কৰে

Posted On: 17 MAR 2023 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ প্ৰশংসা কৰে।

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ বিষয়ে অৱগত কৰি টুইট যোগে প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"উৎসাহজনক ফলাফল! ইয়াৰ ফলত দেৱ ভূমি উত্তৰাখণ্ড উপকৃত হ'ব আৰু পৰ্যটন অধিক বৃদ্ধি পাব।"

***

DS/TS/MM



(Release ID: 1908812) Visitor Counter : 96