প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
17 MAR 2023 8:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ বিষয়ে অৱগত কৰি টুইট যোগে প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"উৎসাহজনক ফলাফল! ইয়াৰ ফলত দেৱ ভূমি উত্তৰাখণ্ড উপকৃত হ'ব আৰু পৰ্যটন অধিক বৃদ্ধি পাব।"
***
DS/TS/MM
(रिलीज़ आईडी: 1908812)
आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam