প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক প্ৰতিফলিত কৰা এক উপস্থাপন ভিডিঅ’ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 17 MAR 2023 8:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক উপস্থাপন শ্বেয়াৰ কৰে, য’ত এগৰাকী সংগীতজ্ঞই একাধিক ভাষাত এটা গীত গোৱা দেখা গৈছে। তেওঁ মন্তব্য কৰে যে এয়া ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱৰ এক মহান প্ৰকাশ।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“প্ৰতিভাৱান গায়ক স্নেহদীপ সিং কালসীয়ে এই আচৰিত ধৰণৰ পৰিবেশন কৰা দেখিলো। সুৰৰ মাধূৰ্যৰ উপৰি এয়া ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱৰ এক মহান প্ৰকাশ। বহুত ভাল লাগিছে!”

***

DS/TS/DB


(Release ID: 1908326) Visitor Counter : 140