প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
17 MAR 2023 6:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷
চিএনবিচি টিভি১৮ৰ এটা বাতৰি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;
“আমাৰ দেশৰ বাবে এক অতিশয় গৌৰৱৰ বিষয় এই যে @RBI গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাস জীয়ে কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰিছে৷ তেওঁক অভিনন্দন জনাইছো৷”
***
DS/ST/DB
(ৰিলিজ আই ডি : 1907874)
অতিথি কক্ষ : 194
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada