প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক নাৰী দিৱসত নাৰী শক্তিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে

Posted On: 08 MAR 2023 8:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক নাৰী দিৱসত নাৰী শক্তিৰ প্ৰাপ্তিসমূহৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"আন্তৰ্জাতিক নাৰী দিৱসত, আমাৰ নাৰী শক্তিৰ প্ৰাপ্তিসমূহৰ প্ৰতি এক শ্ৰদ্ধাৰ্ঘ্য। ভাৰতৰ প্ৰগতিত নাৰীসকলৰ ভূমিকা আমি অতিশয় পুলকিত। নাৰীৰ সবলীকৰণ অব্যাহত ৰাখিবলৈ আমাৰ চৰকাৰে কাম কৰি যাব। #NariShaktiForNewIndia”

শ্ৰী মোদীয়ে মহিলা প্ৰাপকসকলৰ এটা সংকলনো শ্বেয়াৰ কৰে যাৰ জীৱন যাত্ৰাসমূহ মন কী বাতত বৰ্ণিত হৈছে।

**********

DS/AK



(Release ID: 1905032) Visitor Counter : 119