প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ড০ দেৱীসিং শ্বেখাৱটৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
24 FEB 2023 5:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱীসিং পাটিলৰ স্বামী ড০ দেৱীসিং শ্বেখাৱটৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে এক শোকবাৰ্তাত কয়,
“ড০ দেৱীসিং শ্বেখাৱট জীৰ বিয়োগত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱীসিং পাটিল জীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁ নিজৰ বিভিন্ন সমাজ সেৱাৰ প্ৰচেষ্টাৰ জৰিয়তে সমাজত পৰিচয় গঢ়ি তুলিছিল৷ ঔম শান্তি৷”
******
DS/ST/DB
(Release ID: 1902271)
Visitor Counter : 125
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam