প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমাৰ সমূখৰ লক্ষ্য হ’ল যোগ আৰু ভাৰতীয় চিকিৎসা বিজ্ঞানৰ পৰম্পৰাগত ৰূপসমূহক বিশ্বই বুজিব পৰা ভাষাত জনপ্ৰিয় কৰা: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 12 FEB 2023 1:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহুবিষয়ক গৱেষণাৰ জৰিয়তে যোগক জনপ্ৰিয় কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছে।

এজন নাগৰিকৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।

"ঠিকেই কৈছে। আমাৰ সমূখৰ একমাত্ৰ লক্ষ্যই হৈছে যোগ আৰু ভাৰতীয় চিকিৎসা বিজ্ঞানৰ পৰম্পৰাগত ৰূপসমূহক বিশ্বই বুজিব পৰা ভাষাত জনপ্ৰিয় কৰা। আমাৰ মানুহৰ মাজতো এই বিষয়ে বহুল সজাগতা দেখি মই আনন্দিত হৈছো।

***

DS


(रिलीज़ आईडी: 1900893) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam