প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বন্দে ভাৰত’ত ভ্ৰমণৰ আগ্ৰহ আৰু গৌৰৱবোধৰ বাবে এগৰাকী ভ্ৰমণকাৰীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
16 FEB 2023 12:18PM by PIB Guwahati
‘বন্দে ভাৰত’ ৰে’লত ভ্ৰমণৰ প্ৰতি এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰা আগ্ৰহ আৰু গৌৰৱবোধক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।
এগৰাকী ভ্ৰমণকাৰীৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"হয়, সঁচাকৈয়ে বহুদূৰ আগবাঢ়িছে। আৰু, বহুদূৰ আগবাঢ়িবলৈয়ো আছে। মই ‘বন্দে ভাৰত’ত ভ্ৰমণৰ বাবে থকা আপোনাৰ আগ্ৰহ আৰু গৌৰৱবোধক প্ৰশংসা কৰিছো।"
***
DS/ST/KB
(ৰিলিজ আই ডি : 1900143)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam