প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুনেৰ লোকে এক নিৰ্দিষ্ট শৈলীৰে আদৰণি জনাব জানেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
11 FEB 2023 10:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পুনেৰ লোকে এক নিৰ্দিষ্ট শৈলীৰে আদৰণি জনাব জানে। পুনেত বন্দে ভাৰত ৰেলখনৰ আগমনৰ লগে-লগে ঢোল তাছাৰ প্ৰাণোচ্ছল ছন্দেৰে ইয়াৰ ৰাইজে উষ্ম আদৰণি জনায়।
কেন্দ্ৰীয় ৰেলৱেৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“পুনেয়ে নিশ্চিতভাৱে এক নিৰ্দিষ্ট শৈলীৰে আদৰণি জনাব জানে!”
***
DS/ST/SB
(ৰিলিজ আই ডি : 1899816)
অতিথি কক্ষ : 188
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam