প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২৩ বৰ্ষৰ হকী বিশ্বকাপৰ সকলো অংশগ্ৰহণকাৰী দলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 11 JAN 2023 6:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত অনুষ্ঠিত ২০২৩ বৰ্ষৰ হকী বিশ্বকাপৰ সকলো অংশগ্ৰহণকাৰী দলক শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“ওড়িশাত অনুষ্ঠিত ২০২৩ বৰ্ষৰ হকী বিশ্বকাপৰ সকলো অংশগ্ৰহণকাৰী দলক মোৰ ফালৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ এই প্ৰতিযোগিতাখনে ক্ৰীড়া সুলভ মনোভাৱক আৰু অধিক শক্তিশালী কৰক আৰু ই হকীৰ সুন্দৰ খেলক আৰু অধিক জনপ্ৰিয় কৰি তোলক। এই প্ৰতিযোগিতাখন আয়োজন কৰি ভাৰতে গৌৰৱ অনুভৱ কৰিছে।”

***

DS/SH/DB



(Release ID: 1890557) Visitor Counter : 107